Wednesday 6 February 2019

ফটো যুক্ত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী তালিকা - ২০১৯




জানুৱাৰী ২০১৯ ভিত্তি তাৰিখ হিচাবে লৈ এই বছৰৰ ফটো যুক্ত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী আজি প্ৰকাশ কৰা হৈছে। এই তালিকা সংশ্লিষ্ট Booth Level Officer বা ভোট কেন্দ্ৰৰ designated officer ৰ ওচৰত উপলব্ধ হব। ৰাজনৈতিক দল বিলাকৰ কাৰ্য্যালয়তো ই উপলব্ধ হব। ধুবুৰী জিলাৰ ৰাজনৈতিক দল বিলাকক এই তালিকাৰ একোখনকৈ soft copy প্ৰদান কৰা হৈছে। সকলো ভোটাৰক তেওঁলোকৰ নাম এই তালিকাত শুদ্ধ ৰূপত প্ৰকাশ হোৱাটো নিশ্চিত কৰিবৰ বাবে BLO বা ৰাজনৈতিক দল সকলৰ কতৃত্বপ্ৰাপ্ত Booth Level Agent ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল। যি সকল উপযুক্ত সাম্ভাব্য ভোটাৰৰ নাম এই তালিকাত অন্তভুক্ত হোৱা নাই, তেওঁলোকে  continuous updation ৰ মাধ্যমেৰে নাম অন্তৰ্ভুক্ত আৰু পুৰণি ভোটাৰ সকলে প্ৰয়োজন অনুসাৰে ভোটকেন্দ্ৰ সলনি, নাম শুদ্ধকৰ আদি কৰিব পাৰিব।

No comments:

Post a Comment

Note: only a member of this blog may post a comment.